মুখ্য-পৃষ্ঠা

ভাৰতত আকৌ বাঢ়িছে কোৰোনা!

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত আকৌ বাঢ়িছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ঘন্টাত দেশত ৪৫হাজাৰো অধিক ব্যক্তিৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। ৪৫,৩৫২গৰাকী লোকৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ লগতে ৩৬৬গৰাকী ৰোগী মৃত্যু হৈছে বিগত ২৪ঘন্টাত। উল্লেখ্য যে, ভাৰতত বৰ্তমান আৰোগ্যৰ হাৰ ৯৭.৪৫শতাংশ। এতিয়ালৈকে দেশত ৪লাখ ৪০হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে কোৰোনাত। ইফালে ৬৭কোটি ৯লাখ ৫৯হাজাৰ ৯৬৮গৰাকী লোকক প্ৰদান হৈছে ভেকচিন।