মুখ্য-পৃষ্ঠা

বৰ্তমানলৈকে ৯২,৯৭,৭৪৯ গৰাকী লোকৰ কোৰোনা পৰীক্ষা সম্পন্ন হৈছে ভাৰতত…

asomiyapratidin
  • বৃহস্পতিবাৰে ভাৰতত কৰা হয় ২,৪১৫৭৬ গৰাকী লোকৰ কোৰোনা পৰীক্ষা।
  • আইচিএমআৰে এই তথ্য সদৰি কৰিছে।
  • ইফালে এতিয়ালৈকে সৰ্বমুঠ ৯২,৯৭,৭৪৯ গৰাকী লোকৰ কোৰোনা পৰীক্ষা কৰা হৈছে।
  • আইচিএমআৰৰ অধীনত ৬ শতাধিক পৰীক্ষা কেন্দ্ৰত কোৰোনাৰ পৰীক্ষা কৰা হয়।
  • ভাৰতত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে ৬,২৭,১৬৮ গৰাকী লোক।
  • ভাৰতত কোৰোনাৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ লগতে কোৰোনাত আক্ৰান্ত লোকসকলক ততাতৈয়াকৈ চিনাক্ত কৰাৰ বাবে আইচিএমআৰে বৃদ্ধি কৰিছে কোৰোনাৰ পৰীক্ষা।