মুখ্য-পৃষ্ঠা

সাৱধানঃ কোৰোনাৰ অতি সংক্ৰামক নতুন প্ৰজাতি অমিক্ৰম পালেহি ভাৰত

asomiyapratidin
  • কোৰোনাৰ অতি সংক্ৰামক নতুন প্ৰজাতি অমিক্ৰম পালেহি ভাৰত।
  • কৰ্ণাটকৰ দুজন লোকৰ দেহত ধৰা পৰিছে এই প্ৰজাতিৰ সংক্ৰমণ।
  • দুয়োগৰাকী লোক দক্ষিণ আফ্ৰিকাৰ পৰা আহিছিল বুলি প্ৰশাসনৰ তথ্য।
  • দুয়োজনকে চিকিৎসালয়ত আছুতীয়া কক্ষত ৰখা হৈছে।