বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাৰ ভাতৃৰ বিয়োগ।JNUৰ প্ৰাক্তন অধ্যাপক আছিল ড০ অলকেশ বৰুৱাৰ মৃত্যু।৪দিনৰ আগতে কোৰোনাত আক্ৰান্ত হৈছিল তেওঁ। হাস্পতাল নাপাই ঘৰতে অক্সিজেন লৈ আছিল তেওঁ।অৱশেষত তেওঁৰ আজি মৃত্যু হয়।