কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোৰোনাত আক্ৰান্ত।বি এছ য়েদিৰুপ্পা ৮মাহত দ্বিতীয়বাৰৰ বাবে আক্ৰান্ত হৈছে কোৰোনাত।মুখ্যমন্ত্ৰীগৰাকীক ভৰ্তি কৰা হৈছে।উল্লেখ্য যে, ৰাজ্যখনত উদ্বেদগজনকভাৱে বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।