- দেশত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ।
- ৰাজ্যখনত যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত ২৩,৫২৯জন লোক।
- ইয়াৰ বিপৰীতে সুস্থ হৈছে ১৮৮৭০জন লোক।
- ইফালে, এই সময়চোৱাত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৩১১জনৰ মৃত্যু।
- দেশত যোৱা ২৪ ঘন্টাত ৬৫৩৪৩০৬জন লোকক কোভিড ভেকচিন প্ৰদান কৰা হয়।