মুখ্য-পৃষ্ঠা

ৰেকৰ্ড ভংগঃ বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হ’ল…

asomiyapratidin
  • দেশত কোৰোনাই বিগত দিনৰ সকলো ৰেকৰ্ড কৰিলে ভংগ।
  • বিগত ২৪ঘন্টাত বৰ্তমানলৈ সৰ্বাধিক লোক আক্ৰান্ত হল কোৰোনাত।
  • এই সময়খিনিত ১৩,৫৮৬গৰাকী লোক নতুনকৈ আক্ৰান্ত হল কোৰোনাত।
  • ইফালে বিগত ২৪ঘন্টাত মৃত্যু হৈছে ৩৩৬গৰাকী লোক।
  • ভাৰতত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ১২,৫৭৩গৰাকী লোকে।
  • আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হলগৈ ৩,৮০,৫৩২।