ৰাজ্যত কোৰোনাৰ সংহাৰ ৰূপ। তিনিচুকীয়াৰ এটা গাৰ্লছ হোষ্টেলৰ ৩৫গৰাকী ছাত্ৰী কোৰোনাত আক্ৰান্ত।কস্তুৰীবা গান্ধী গাৰ্লছ হাইস্কুলৰ ছাত্ৰী নিৱাসত এই কোৰোনা সংক্ৰমণৰ ঘটনা।তিনিচুকীয়াৰ বৰডুবিত আছে এই বিদ্যালয়খন।