মুখ্য-পৃষ্ঠা

ৰাজ্যসভাত ভাৰতীয় সংবিধানৰ প্ৰতিলিপি ফালিলে সাংসদে

asomiyapratidin
  • ৰাজ্যসভাত জম্মু-কাশ্মীৰ সন্দৰ্ভত আলোচনাৰ মাজতে অপ্ৰীতিকৰ ঘটনা।
  • পিডিপি সাংসদ মীৰ মহম্মদ ফয়াজে ফালিলে ভাৰতীয় সংবিধানৰ প্ৰতিলিপি।
  • এই ঘটনাৰ পিছতে সাংসদগৰাকীক সদন ত্যাগ কৰাৰ নিৰ্দেশ দিয়ে ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুৱে।
  • জম্মু-কাশ্মীৰ সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ গৈ সংঘটিত কৰে এই কাণ্ড।