মুখ্য-পৃষ্ঠা

ডিঙিত পিঁয়াজৰ মালা পিন্ধি কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ…

asomiyapratidin
  • দিল্লী সচিবালয়ৰ সন্মুখত বৃহস্পতিবাৰে কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ।
  • ডিঙিত পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে।
  • অবাধ হাৰত পিঁয়াজৰ দাম বৃদ্ধি পোৱাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী।
  • দিল্লী চৰকাৰক পিঁয়াজৰ দাম হ্ৰাসৰ দাবীৰে তেওঁলোকে সাব্যস্ত কৰে প্ৰতিবাদ।