মুখ্য-পৃষ্ঠা

এমাহৰ ভিতৰত প্ৰিয়ংকা গান্ধীয়ে এৰিব লাগিব চৰকাৰী বাসগৃহ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আগন্তুক এমাহৰ ভিতৰত চৰকাৰী বাসগৃহ এৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে যে, প্ৰিয়ংকা গান্ধীৰ পৰা যেতিয়াৰে পাৰ এছ পি জি আৰু জেদ প্লাছ সুৰক্ষা আতৰোৱা হৈছে, তেতিয়াৰে পৰা তেওঁ দিল্লীস্থিত লৌধি ৰোডত থকা চৰকাৰী আৱাসত থকাৰ যোগ্যতা নাই। যাৰ বাবে তেওঁ সেই চৰকাৰী আৱাসগৃহ খালী কৰিব লাগিব। চৰকাৰে প্ৰেৰণ কৰা নটিছত কোৱা হৈছে যে, ১ আগষ্টৰ ভিতৰত তেওঁ সেই চৰকাৰী বাসগৃহ খালী কৰিব লাগিব।