মুখ্য-পৃষ্ঠা

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰস্তুতি আৰম্ভ, চি ডব্লিউ চিৰ গুৰুত্বপূৰ্ণ বৈঠক

asomiyapratidin
  • লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কংগ্ৰেছে।
  • শনিবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় নতুন দিল্লীত।
  • কেবাখনো কমিটী গঠন কৰে কংগ্ৰেছে।
  • কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ইস্তাহাৰ কমিটীৰ অধ্যক্ষৰূপে নিযুক্তি দিছে পি চিদাম্বৰমক।
  • সমন্বয়ৰক্ষী কমিটীৰ অধ্যক্ষৰ দায়িত্বত এ কে এণ্টনী।
  • প্ৰচাৰ কমিটীত অধ্যক্ষৰ দায়িত্বত থাকিব আনন্দ শৰ্মা।