মুখ্য-পৃষ্ঠা

ইছৰ’ই নিক্ষেপ কৰিলে নতুন কৃত্ৰিম উপগ্ৰহ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে মহাকাশলৈ নিক্ষেপ কৰা হ'ল এটা নতুন উপগ্ৰহ। ইছৰ'ৰ এই নতুন কৃত্ৰিম উপগ্ৰহটোৰ নাম জিএছএলভি-এফ১১। শ্ৰীহৰিকোটাৰ সতীশ ধৱন স্পেচ চেন্টাৰৰ পৰা সফলতাৰে নিক্ষেপ কৰা হয় এই উপগ্ৰহটো। চাওঁক ভিডিঅ'-