মুখ্য-পৃষ্ঠা

ঘৰলৈ উভতি আহিল চিআৰপিএফ জোৱান ৰাকেশ্বৰ সিং মানহাছ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মাওবাদীয়ে মুক্তি দিলে চিআৰপিএফ জোৱান ৰাকেশ্বৰ সিং মানহাছক। জোৱানজনক মুক্তি দিয়াৰ পাছতে আনন্দ-উচাহেৰে উদযাপন কৰে তেওঁৰ পৰিয়ালৰ লোকে। তেওঁৰ পত্নী মিনুৱে কয়- 'আমি তেওঁ সুৰক্ষিতভাৱে ঘূৰি অহাৰ পাছত অতিকৈ সুখী।'

ইফালে, সাংবাদিকৰ আগত ছত্তীশগড়ৰ বিজাপুৰৰ আৰক্ষী অধীক্ষকে কয়- 'আমি তেওঁক ইতিমধ্যে সুৰক্ষিতভাৱে তেওঁক লৈ আহিছো। তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব।'