মুখ্য-পৃষ্ঠা

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাঃ মন গ’লেই ল’ব নোৱাৰিব PSO, HOUSE GUARD…

asomiyapratidin
  • PSOক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
  • ইচ্ছানুযায়ী জোৱানক সুৰক্ষাকৰ্মী হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব বিষয়াই।
  • PSO, HOUSE GUARD হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষী বিষয়াই।
  • কৰ্তৃত্বপ্রাপ্ত অধিকাৰীৰ অনুমতি অবিহনে নিয়োগ কৰিব নোৱাৰিব PSO।
  • অধিনায়ক সকলেও জোৱানক নিয়োজিত কৰাৰ বাবে ল'ব লাগিব অনুমতি।
  • এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।
  • আৰক্ষী অধীক্ষক আৰু অধিনায়কসকলক দিয়া হৈছে এই নিৰ্দেশনা।