- মিত্ৰতাৰ পাছতে মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ ৰাওনা অগপৰ পদত্যাগী ৩ মন্ত্ৰী।
- আজি পুনৰ নিজৰ দায়িত্ব চমজি ল'ব অগপৰ ৩ পদত্যাগী মন্ত্ৰীয়ে।
- মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব অগপৰ ৩ মন্ত্ৰীয়ে।
- বিধায়িনী দলৰ বিশেষ বৈঠক অনুষ্ঠিত নকৰাকৈয়ে ৰাওনা হৈছে মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ।
- লগতে নিগম-নিকায়ৰ ৬ অধ্যক্ষৰ দায়িত্বও চমজি ল'ব অগপ নেতাই।
- ৩ মন্ত্ৰীৰ লগত আছে বিধায়িকা ৰেণুপমা ৰাজখোৱা, বিধায়ক গুণীন্দ্ৰ নাথ দাস আৰু সত্যব্ৰত কলিতাকে ধৰি কেইবাজনো বিধায়ক।