মুখ্য-পৃষ্ঠা

মহাৰাষ্ট্ৰত বানৰ সংহাৰ, মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক কেবিনেট মন্ত্ৰীসকলৰ এমাহৰ দৰমহা সাহায্য হিচাপে প্ৰদান

asomiyapratidin
  • মহাৰাষ্ট্ৰৰ বানাক্ৰান্তসকললৈ এমাহৰ দৰমহা সাহায্য হিচাপে প্ৰদান মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছৰ।
  • তেওঁৰ মন্ত্ৰীসভাৰ অন্য মন্ত্ৰীসকলৰো বান পীড়িতলৈ এমাহৰ দৰমহা আগবঢ়োৱাৰ ঘোষণা।
  • মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে আগবঢ়োৱা হ'ব এই সাহায্য।
  • উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।
  • বানৰ কবলত পৰি মৃত্যু হৈছে কেইবাজনৰো।