- ৰাজ্যসভাৰ নিলম্বিত ৮ গৰাকী সাংসদে শেষ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ।
- সোমবাৰে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা ৮ গৰাকী সাংসদক ।
- গোটেই নিশা সদনৰ পৰিসীমাত থকা গান্ধী প্ৰতিমাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিছিল সংসদ কেইজনে ।
- ৰবিবাৰে ৰাজ্যসভাৰ সদনত অধ্যক্ষক বেয়া ব্যৱহাৰ কৰাৰ বাবে নিলম্বন কৰিছিল সাংসদ কেইগৰাকীক।
- কৃষি বিষয়ক বিধেয়কক লৈ ৰবিবাৰে উত্তাল হৈছিল ৰাজ্যসভা ।