- বৃহস্পতিবাৰে সন্ধিয়াভাগত নতুন দিল্লীত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা
- কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোচীৰ চৰকাৰী বাসভৱনলৈ মুখ্যমন্ত্রী ড০ শৰ্মা।
- বিজেপিৰ মনোনিত ৰাষ্ট্ৰপতি প্রাৰ্থীগৰাকীৰ সমৰ্থনত স্বাক্ষৰ কৰিব মুখ্যমন্ত্রীয়ে।
- উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে এন ডি এৰ সাংসদসকলে ভোটধিকাৰ সাব্যস্ত কৰিছে।
- ভোটাধিকাৰ সাব্যস্ত কৰি পুনৰ অসমলৈ উভটিব মুখ্যমন্ত্ৰীগৰাকী।