মুখ্য-পৃষ্ঠা

জটিলতা বৃদ্ধিঃ চি বি আইৰ পাছতে পি চিদাম্বৰমক গ্ৰেপ্তাৰ কৰিব ই ডিয়ে…

asomiyapratidin
  • জটিলতা বাঢ়িব প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ।
  • চি বি আইৰ পাছতে তেওক গ্ৰেপ্তাৰ কৰিব ই ডিয়ে।
  • চি বি আইৰ জেৰা শেষ হলেই গ্ৰেপ্তাৰ কৰিব ই ডিয়ে।
  • ই ডিৰ বিষয়ববীয়াই সদৰি কৰিছে এই কথা।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে দিনৰ ২ বজাত চিদাম্বৰমক হাজিৰ কৰোৱা হব চি বি আইৰ বিশেষ আদালতত।