মুখ্য-পৃষ্ঠা

চেন্নাইৰ বিমান বন্দৰত এমহীয়া নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এমহীয়া নাহৰফুটুকীৰ এটা পোৱালি উদ্ধাৰ। শনিবাৰে এজন বিমান যাত্ৰীৰ বেগৰ পৰা উদ্ধাৰ নাহৰফুটুকীৰ পোৱালিটো। বিমান বন্দৰ কৰ্তৃপক্ষই পোৱালিটো অৰিনগৰ আন্না জুল'জীকেল পাৰ্কলৈ লৈ যায়। চাওঁক ভিডিঅ'-