মুখ্য-পৃষ্ঠা

চেন্নাইৰ বিমান বন্দৰত ৩৩ লাখ টকাৰ বিদেশী মুদ্ৰাসহ এজনক আটক

asomiyapratidin
  • চেন্নাইৰ বিমান বন্দৰত গ্ৰেপ্তাৰ এজন লোকক।
  • আবকাৰী বিভাগে লোকজনৰ পৰা জব্দ কৰে ৩৩ লাখ টকা মূল্যৰ বিদেশী মুদ্ৰা।
  • লগতে জব্দ ১৪ কেজি ওজনৰ শ্বাৰ্কৰ ফিছা।
  • জব্দকৃত শ্বাৰ্কৰ ফিছা খিনিৰ মূল্য প্ৰায় ৮ লাখ টকা।
  • বৰ্তমান সোধা-পোছা অব্যাহত ৰখা হৈছে আটকাধীন লোকজনক।