জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজাউৰি জিলাত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন।শুকুৰবাৰে পুৱা কৃষ্ণ ঘাটি চেক্টৰ আৰু নৌচেৰা চেক্টৰত গুলীবৰ্ষণ পাক সেনাৰ।লঘু মৰাণাস্ত্ৰৰে গুলী বৰ্ষণ কৰে পাকিস্তানী সেনাই। পাক সেনাক উচিত প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাইও।