মুখ্য-পৃষ্ঠা

ছত্তিশগড়ত মাওবাদীয়ে সংস্থাপন কৰা বোমা উদ্ধাৰ কৰে চি আৰ পি এফৰ বেটেলিয়ানে

asomiyapratidin
  • ছত্তিশগড়ৰ ছুকমাত চি আৰ পি এফলৈ লক্ষ্য কৰি মাওবাদীৰ বোমা সংস্থাপন।
  • ৫ কেজি ওজনৰ আছিল টিফিন বোমাটো।
  • আজি চি আৰ পি এফৰ ১৫০ বেটেলিয়ানে উদ্ধাৰ কৰে বোমাটো।
  • পুৱাই সুৰক্ষিত স্থানত বিস্ফোৰণ ঘটাই উদ্ধাৰ কৰা বোমাটো।