মুখ্য-পৃষ্ঠা

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত মাওবাদী

asomiyapratidin
  • ছত্তীশগড়ত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ।
  • ছত্তীশগড় ছুকমা সীমান্তত সংঘটিত এই সংঘৰ্ষ।
  • দুই পক্ষৰ সংঘৰ্ষত নিহত এটা মাওবাদী।
  • অঞ্চলটোত বৰ্তমানেও সংঘৰ্ষ অব্যাহত আছে দুই পক্ষৰ মাজত।