জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ।কুলগাম জিলাৰ নৌচেৰা চেক্টৰত বৃহস্পতিবাৰে আবেলি যুদ্ধ বিৰতি উলংঘন কৰে পাকিস্তানে।ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলী চালনা পাকিস্তানী সেনাৰ।প্ৰত্যুত্তৰত ভাৰতীয় সেনাইয়ো কৰে গুলীচালনা।