মুখ্য-পৃষ্ঠা

ক্ষন্তেক সময় পিছতে ৰাজ্যসভাত কেবক লৈ ভোটগ্ৰহণ

asomiyapratidin
  • ক্ষন্তেক সময় পিছতে ৰাজ্যসভাত কেবক লৈ ভোটগ্ৰহণ।
  • ৮টা সংশোধনী প্ৰস্তাৱৰ পিছত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • সংশোধনী প্ৰস্তাৱৰ ওপৰত মৌখিক ভোট গ্ৰহণ কৰি আছে ৰাজ্যসভাৰ অধ্যক্ষই।
  • তৃণমূল কংগ্ৰেছে সংশোধনী প্ৰস্তাৱ কৰিছিল নাকচ।
  • কিছু সময় পূৰ্বে নিৰ্বাচিত পেনেললৈ প্ৰেৰণ কৰা নকৰাক লৈ অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ।
  • লক্ষণীয়ভাৱে ৰাজ্যসভাৰ মজিয়াত উপস্থিত নাই শিৱসেনাৰ সাংসদ।