- শ্বিলঙত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
- শুকুৰবাৰে সন্ধিয়া ৰাজ ভৱনৰ সন্মুখত সমবেত হয় সহস্ৰাধিক লোক।
- প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।
- একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিল দলিয়ায়।
- তাৰ পিছতে কন্দুৱা গেছ, লাঠি চাৰ্জ কৰাৰ লগতে গুলীবৰ্ষণো কৰে আৰক্ষীয়ে।
- ইফালে শুকুৰবাৰে শ্বিলঙৰ মাজমজিয়াত দুখনকৈ বাহন জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে।