মুখ্য-পৃষ্ঠা

ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২০

asomiyapratidin
  • তামিলনাডুৰ অৱিনাশীত পুৱাই ভয়ংকৰ দুৰ্ঘটনা।
  • বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ২০জন লোকৰ থিতাতে মৃত্যু
  • লগতে আহত হৈছে ২৪জনকৈ লোক।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
  • আহত কেইবাজনৰো অৱস্থা সংকটজনক।
  • বেংগালুৰুৰ পৰা কোচীলৈ গৈ থকাৰ সময়তে KSRTCৰ বাছখনে তামিলনাডুৰ অৱিনাশীত এখন ট্ৰাকত খুন্দা মাৰে।