মুখ্য-পৃষ্ঠা

উত্তৰাখণ্ডত বাছ দুৰ্ঘটনা, নিহত ৫জন

asomiyapratidin
  • উত্তৰাখণ্ডৰ উত্তৰকাশীত দেওবাৰে সংঘটিত হৈছে পথ দুৰ্ঘটনা৷
  • উত্তৰকাশীৰ নগাঁৱৰ পৰা বিকাশ নগৰলৈ গৈ থকা যাত্ৰীবাহী বাছ বাগৰি পৰিল দ খাৱৈত৷
  • দুৰ্ঘটনাটোত ৫ জন লোক নিহত হোৱাৰ লগতে আহতে হৈছে ৯ জন যাত্ৰী৷
  • বাছখনত মুঠ যাত্ৰী আছিল ২০ জন৷
  • দেওবাৰে দুপৰীয়া ১২.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা৷
  • আৰক্ষীয়ে জনোৱা মতে বৃদ্ধি হ'ব পাৰে মৃতকৰ সংখ্যা৷
  • বৰ্তমান আৰক্ষী আৰু স্থানীয় লোকে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷