মুখ্য-পৃষ্ঠা

ডুমনিচকীত দ' খাৱৈত পৰিল যাত্ৰীবাহী বাছ...

Asomiya Pratidin
  • ডুমনিচকীত দ' খাৱৈত পৰিল যাত্ৰীবাহী বাছ।

  • দুৰ্ঘটনাগ্ৰস্থ বাছখন তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল।

  • কেইবাজনো যাত্ৰী আহত।

  • নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰে বাছখন।

  • গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিগৰাকী যাত্ৰীক জি এম চি এইচলৈ প্ৰেৰণ।

  • বাছখনে ৩০গৰাকী যাত্ৰী কঢ়িয়াই আনিছিল।