মুখ্য-পৃষ্ঠা

বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ পত্নীৰ মৃত্যু…

asomiyapratidin
  • বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ পত্নী ৰশ্মি বৰগয়াৰীৰ(৪৫) মৃত্যু ।
  • মঙলবাৰে ৰাতিপুৱা ৫:৫০ বজাত শেষ নি:শ্বাস ত্যাগ ।
  • গুৱাহাটীৰ এখন নাৰ্ছিংহোমত শেষ নি:শ্বাস ত্যাগ ৰশ্মি বৰগয়াৰীৰ ।
  • দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত ভুগি আছিল ৰশ্মি বৰগয়াৰী ।
  • ৰশ্মি বৰগয়াৰীৰ (৪৫)মৃত্যুত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ গভীৰ শোক প্ৰকাশ।