মুখ্য-পৃষ্ঠা

কালিংপটনম বীচত সাতুৰিবলৈ গৈ সন্ধানহীন যুৱক

asomiyapratidin
  • অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলমত অঘটন।
  • নৈত উটি গৈ সন্ধানহীন ১জন যুৱক।
  • ৩ বন্ধুৰ সৈতে কালিংপটনম বীচত সাতুৰিবলৈ গৈছিল যুৱকজন।
  • নৈত সাতুৰি থাকোতে সন্ধানহীন হৈ পৰে যুৱকজন।
  • পিছত লগৰ ৩ বন্ধুৱে যুৱকজনৰ সন্ধান বিচাৰে যদিও নৈৰ সোঁতত উটি যায় ৩ বন্ধুও।
  • অৱশ্যে পিছত উদ্ধাৰকাৰী বাহিনীয়ে সুকলমে উদ্ধাৰ কৰে বাকী ৩ বন্ধুক।
  • কিন্তু এতিয়াও সন্ধানহীন হৈ থকা যুৱকজনৰ সন্ধান পোৱা হোৱা নাই।
  • উদ্ধাৰকাৰী দলে বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।