আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলিনা বৰগোহাঁই আক্ৰান্ত কোৰোনাত।শেহতীয়াকৈ জানিব পৰা গৈছে এই খবৰ।উল্লেখ্য যে, বৃহস্পতিবাৰে অসমত ৭৬৯গৰাকীৰ দেহত পোৱা হৈছে কোৰোনা পজিটিভ।১২৬৩গৰাকী লোকক বৃহস্পতিবাৰে আৰোগ্য হৈছে অসমত।