মুখ্য-পৃষ্ঠা

ৰাষ্ট্ৰপতিৰ দেহত কোৰোনা…

asomiyapratidin
  • দক্ষিণ আমেৰিকাৰ দেশ Boliviaৰ ৰাষ্ট্ৰপতিৰ দেহত ধৰা পৰিছে কোৰোনা।
  • মহিলা ৰাষ্ট্ৰপতি Jeanine Anezৰ কোৰোনা পৰীক্ষাৰ ৰিজাল্ট পজিটিভ।
  • ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেই সদৰি কৰিছে এই তথ্য।
  • উল্লেখ্য যে, বিগত কিছুদিন ধৰি হোম কোৱাৰেন্টাইন হৈ আছিল ৰাষ্ট্ৰপতিগৰাকী।