south salmara
south salmara  
মুখ্য-পৃষ্ঠা

দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰত সন্ধানহীন শিশুঃ বাংলাদেশত উদ্ধাৰ মৃতদেহ...

Asomiya Pratidin
  • দক্ষিণ শালমাৰাৰ মুঠাখোৱাত অঘটন।

  • মুঠাখোৱাৰ ব্রহ্মপুত্র নদীত শিশুৰ সলিল সমাধি।

  • গা ধুবলৈ গৈ সন্ধানহীন শিশু।

  • মাতৃৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ শিশুটি।

  • জানিব পৰা মতে বাংলাদেশত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ।

  • ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশে ফ্লেগ বৈঠকৰ জৰিয়তে বি এছ এফক হস্তান্তৰ কৰিছে শিশুটিৰ মৃতদেহ।