মুখ্য-পৃষ্ঠা

প্ৰয়াগৰাজত বিস্ফোৰণ! নিহত ১, আহত ২

asomiyapratidin
  • উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজৰ কোৰৱত বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত এজন লোক।
  • আনহাতে ২জন লোক আহত হৈছে বিস্ফোৰণটো।
  • কোৰৱৰ আৱাসিক অঞ্চলৰ এটা বাসগৃহত সংঘটিত হয় বিস্ফোৰণ।
  • বাসগৃহটো ফটকা নিৰ্মাণেৰে জড়িত এজন লোকৰ বুলি জানিব পৰা গৈছে।
  • বাসগৃহতে লোকজনে মজুত কৰি ৰাখিছিল ফটকাসমূহ।
  • সেই ফটকাতে অগ্নিসংযোগ ঘটি বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।