মুখ্য-পৃষ্ঠা

দাদৰা আৰু নগৰ হাভেলীত বিস্ফোৰণত নিহত ৩, আহত ২

asomiyapratidin
  • দাদৰা আৰু নগৰ হাভেলীৰ শিলভাচ্ছাত বিস্ফোৰণ।
  • শিলভাচ্ছাৰ নাৰোলী গাঁৱস্থিত কৃষ্ণা ষ্টীল কোম্পানীত সংঘটিত হয় এই বিস্ফোৰণ।
  • বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত হয় ৩ জন কৰ্মচাৰী।
  • আহত হৈছে দুজনকৈ কৰ্মচাৰী।
  • এতিয়ালৈকে জানিব পৰা নাই বিস্ফোৰণৰ প্ৰকৃত কাৰণ।
  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।