মুখ্য-পৃষ্ঠা

বিজেপিৰ ৩টাকৈ নিৰ্বাচনী কাৰ্যালয় ভাগি চূড়মাৰ দুৰ্বৃত্তৰ

asomiyapratidin
  • পশ্চিম বংগৰ শিলিগুৰিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ।
  • নিশা আক্ৰমণ চলাই দুৰ্বৃত্তই ভাগি চূড়মাৰ কৰে ৩টাকৈ বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়।
  • ঘটনাৰ সৈতে তৃণমূল কংগ্ৰেছ জড়িত থকাৰ দাবী বিজেপিৰ।
  • ঘটনা সন্দৰ্ভত ইতিমধ্যে দাখিল কৰিছে এক গোচৰ।