মুখ্য-পৃষ্ঠা

অসমৰ মানুহক বুজাব লাগিবঃ কেব সমৰ্থন কৰি বিজেপি সাংসদ দিলীপ শইকীয়াই লোকসভাত কি ক’লে… VIDEO

asomiyapratidin
  • মঙলদৈৰ বিজেপি সাংসদ দিলীপ শইকীয়াই লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰি কয়-
  • অসমচুক্তিৰ বাবে পূৰ্বৰ কোনো চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে।
  • গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ইয়াত বহি আছে, যি কংগ্ৰেছ দলৰ প্রধানমন্ত্ৰীয়ে অসমৰ পৰা বিদেশী খেদিবলৈ চুক্তি সম্পাদন কৰিছিল, তাৰে এটা সাধাৰণ পদক্ষেপক গ্ৰহণ নকৰিলে।
  • মুছলমান শব্দটো উল্লেখ কৰিলে হেঁতেন কংগ্ৰেছে কেব সমৰ্থন কৰিলে হেঁতেন।
  • অসমত এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে।
  • মই অসমীয়াক বুজাব লাগিব।
  • অসমৰ স্বাৰ্থৰ কথা চিন্তা কৰিছো, কৰিব লাগিব।