১৭টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে।
- দিছপুৰ-অতুল বৰা
- পূৱ গুৱাহাটী-সিদ্ধাৰ্থ ভট্টাচাৰ্য,
- হাজো-সুমন হৰিপ্ৰিয়া
- ধৰ্মপুৰ-চন্দ্ৰ মোহন পাটোৱাৰী
- বৰক্ষেত্ৰী-নাৰায়ণ ডেকা
- দক্ষিণ শালমাৰা-আশ্বাদুল ইছলাম
- ধুবুৰী-ডা০ দেবাময় সন্যাল
- গোলোকগঞ্জ-অশ্বিনী ৰায় চৰকাৰ
- বিলাসীপাৰা পশ্চিম-ডা০ আবু বক্কৰ চিদ্দিকী
- বিলাসীপাৰা পূব-অশোক সিংঘী
- বিজনী-অজয় কুমাৰ ৰায়
- দুধনৈ-সম্যজিৎ ৰাভা
- জলেশ্বৰ-ওচমান গণী
- সৰভোগ-শংকৰ চন্দ্ৰ দাস
- জানিয়া-ছাহিদুল ইছলাম
- বাঘবৰ-হাছিনাৰা খাতুন
- পলাশবাৰী-হেমাংগ ঠাকুৰীয়া