মুখ্য-পৃষ্ঠা

মধ্যপ্ৰদেশত কংগ্ৰেছ-বিজেপিৰ উঠা নমা, ১ খনত বিজেপিৰ অগ্ৰগতি

asomiyapratidin
  • মধ্য প্ৰদেশত তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী যুঁজ।
  • এবাৰ যদি কংগ্ৰেছ, তেন্তে এবাৰ বিজেপিৰ অগ্ৰগতি লাভ।
  • ৰাজ্যখনৰ শেহতীয়া ফল অনুযায়ী ১১১ খনত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে।
  • তাৰ সমান্তৰালকৈ ১০৯ খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ।
  • এতিয়ালৈকে ফলাফল ঘোষণা হোৱা আসনৰ ২৭ খনত কংগ্ৰেছৰ জয়লাভ।
  • বিজেপিয়ে জয়লাভ কৰিছে ২৬ খন আসনত।
  • আই এন ডি আৰু বি এছ পি আগবাঢ়ি আছে ৫খন আসনত।