মুখ্য-পৃষ্ঠা

৬০তো যৌৱন ধৰি ৰখাৰ প্ৰয়াস মায়াৱতীৰ! দৈনিক ফেচিয়েল, চুলিত ঘহে ৰংঃ বিজেপি

asomiyapratidin

ডিজিটেল ডেস্কঃ দৈনিক ফেচিয়েল কৰে মায়াৱতীয়ে। ৬০ বছৰ বয়স পাৰ হৈ গ'ল, দেখিছে জানো এডালো ক'লা চুলি। এতিয়াও যৌৱন ধৰি ৰাখিব খোজে মায়াৱতীয়ে। সেই বিলাকক ফেশ্বন বুলি কয়। চৌখিন বুলি কয় ইয়াক। ৬০ বছৰ বয়সতো চুলিত ৰং সানি চুলি ক'লা কৰি ৰখা মায়াৱতীয়ে মোডীক চৌখিন বুলি কি হাঁহিব?

নৰেন্দ্ৰ মোডীৰ সাজ-পোছাক আৰু চৌখনিতাক লৈ প্ৰশ্ন কৰিছিল বি এছ পি নেত্ৰী মায়াৱতীয়ে। ইয়াৰ প্ৰত্যুত্তৰ দি এইদৰে মন্তব্য কৰিলে বিজেপিৰ এইজন নেতাই। সুৰেন্দ্ৰ নাৰায়ণ সিং নামৰ উত্তৰপ্ৰদেশৰ এইগৰাকী বিজেপি নেতাই মায়াৱতীলৈ এৰিলে এই শব্দৰ বাণ। শুনক কি ক'লে নেতাগৰাকীয়ে-