মুখ্য-পৃষ্ঠা

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডা কোৰোনাত আক্ৰান্ত…

asomiyapratidin
  • কোৰোনাত আক্ৰান্ত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডা।
  • কোভিড টেষ্টৰ ফলাফলৰ পাছতে তেওঁ নিজকে হোম আইছ'লেশ্যন কৰিছে।
  • টুইটাৰযোগে এই কথা সদৰি কৰিছে খোদ নড্ডাই।
  • যোৱা কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোককো কোভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাই তেওঁ।