মুখ্য-পৃষ্ঠা

ৰাজ্যসভাত ‘কেব’লৈ সমৰ্থন বি পি এফৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ…

asomiyapratidin
  • ৰাজ্যসভাত কেবক লৈ চলি আছে বিৰ্তক।
  • ৰাজ্যসভাৰ মজিয়াত মুকলিকৈ কেবলৈ সমৰ্থন কৰিলে বি পি এফৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।
  • সদনত বক্তব্য ৰাখি তেওঁ ক'লে- আমি এই বিধেয়কখনক সমৰ্থন কৰিছো।
  • উল্লেখ্য যে কেবক লৈ কেইবাজনো সাংসদে সপক্ষে-বিপক্ষে ৰাখিছে মন্তব্য।