মুখ্য-পৃষ্ঠা

বিহুৰ দিনাই আৰক্ষীৰ এনকাউন্টাৰঃ আহত এ টি এম চোৰ ‘জনী’

asomiyapratidin
  • বিহুৰ দিনাই গোৱালপাৰাত এ টি এম চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।
  • ভৰিত গুলী লাগিছে ATM চোৰটোৰ।
  • নয়াপাৰাত সংঘটিত হৈছে এই ঘটনা।
  • আহত চোৰটোৰ নাম মুছাদ্দিৰ হুচেইন ওৰফে জনী।
  • নিজ ঘৰৰ পৰা আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল জনী
  • তেতিয়াই আৰক্ষীক দাৰে আক্ৰমণ কৰে ATM চোৰটোৱে