মুখ্য-পৃষ্ঠা

বিহাৰৰ জামুইত নক্সালৰ আক্ৰমণ, নিহত এজন সেনা জোৱান

asomiyapratidin
  • সোমবাৰে নিশা বিহাৰত নক্সালৰ ভয়াৱহ আক্ৰমণ।
  • বিহাৰৰ জামুই জিলাৰ বৰহাট আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত চলাইছিল আক্ৰমণ।
  • এই আক্ৰমণত এজন সেনা জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে।