মুখ্য-পৃষ্ঠা

সাৱধান! পুনৰ আহিছে কোৰোনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। শেহতীয়াকৈ অসমতো বিগত ২৪ঘন্টাত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। সমগ্ৰ দেশত ভাৰতত ২৪ঘন্টাত ১৭হাজাৰ ৩৩৬গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।

উল্লেখ্য যে, বৰ্তমান ভাৰতত ৮৮হাজাৰ ২৮৪গৰাকী লোক কোৰোনাৰ আক্ৰান্ত হৈ চিকিতসাধীন হৈ আছে।