- বাংগালুৰুত এয়াৰ শ্ব'ৰ সময়ত সংঘটিত অঘটন।
- দুখন সূৰ্য কিৰণ বিমানৰ মাজত সৃষ্টি হয় সংঘৰ্ষ।
- দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে ২ পাইলট।
- ইফালে আহত হৈছে এজন অসাময়িক লোক।
- এৰ'ইণ্ডিয়া২০১৯ৰ বাবে অনুশীলন চলাইছিল বিমান কেইখনে।
- সেই সময়তে সংঘটিত হয় অঘটন।
- য়েলাহাংকা চহৰ এলেকাত অনুষ্ঠিত হৈছিল বিমান অনুশীলন।
- চাওক কেনেদৰে সংঘটিত হৈছিল সেই দুৰ্ঘটনা-