মুখ্য-পৃষ্ঠা

মৌৱে বাহ ল’লে ক’ত, যি দৃশ্যৰ ভিডিঅ’ শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ এজাক মৌ। গছত বা পকী দেৱালত নহয়। বাহ সাজিলে এজন ব্যক্তিৰ দেহত। তাকো এনে স্থানত মৌ মাখি বাহে আশ্ৰয় ল'লে যে সেই দৃশ্যৰ ভিডিঅ' দেখা পাই ৰৈ থাকিব নোৱাৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে সেই ভিডিঅ' শ্বেয়াৰ কৰি লিখিলে "This is really a Beehive in an unlikely place. This can happen only in Nagaland!"

চাওঁক সেই দৃশ্য-